Nimontroni Xoraiনিমন্ত্ৰণী শৰাই
← কাৰ্ড মেকাৰ

বিহু ৰং — ৰঙালী বিহু কাৰ্ড

বিনামূলীয়া

লিখনিৰ ভাষা

খালী ৰাখিলে সেই শাৰীটো কাৰ্ডত নাথাকিব।

RSVP, মেপ আৰু সংগীতসহ অনলাইন নিমন্ত্ৰণ লাগে? একে ডিজাইনতে বনাওক →

ডিজাইন লোড হৈছে…

কাৰ্ডখন তলৰ বাৰ্তাৰ সৈতে যাব। বাৰ্তা কপি কৰি ৰখা হৈছে — নাদেখিলে পেষ্ট কৰক। কম্পিউটাৰত: কাৰ্ডখন ডাউনলোড হ'ব আৰু WhatsApp খোল খাব — ছবিখন সংলগ্ন কৰি পঠিয়াওক।

সংগত বাৰ্তা

ব’হাগৰ শুভেচ্ছা! ঢোল-পেঁপাৰ মাতত নতুন বছৰক আদৰিবলৈ ৰঙালী বিহু সন্মিলনৰ আয়োজন কৰা হৈছে। এই শুভ অনুষ্ঠানলৈ আপোনাক সপৰিয়ালে সাদৰে নিমন্ত্ৰণ জনালোঁ। ✨ বেলতলা ৰঙালী বিহু সন্মিলন 📅 বৃহস্পতিবাৰ, ১৫ এপ্ৰিল, ২০২৭ · আবেলি ৫:০০ বজাত 📍 বেলতলা খেলপথাৰ 🙏 ব’হাগৰ শুভেচ্ছা লগতে আপোনালৈ মৰম — 🎴 আপোনাৰো বিনামূলীয়া নিমন্ত্ৰণ কাৰ্ড বনাওক 👉 https://nimontronixorai.in/as/cards/bihu-rong-rongali-bihu